হত্যা-হিংসা আদিৰ পৰা আঁতৰি যুক্তিবাদ আৰু মানৱতাবাদৰ সহাৱস্থানেৰে এখন শান্তিৰ পৃথিৱীৰ বাসিন্দা হোৱাৰ মন
জীৱ শ্ৰেষ্ঠ প্ৰাণী বিধ আজি চৰম উন্নতিৰ জখলাত... প্ৰযুক্তিবিদ্যাৰ চমকপ্ৰদ সাফল্যই আজি মানুহৰ জীৱন যাত্ৰা কৰি তুলিছে অতি দ্ৰুত আৰু সহজ... তথাপি আমি আজিও যেন মানুহ হব পৰাই নাই... আমি যেন আজিও পৰিতৃপ্ত হব পৰা নাই ইমানৰ পিছতো..