হত্যা-হিংসা আদিৰ পৰা আঁতৰি যুক্তিবাদ আৰু মানৱতাবাদৰ সহাৱস্থানেৰে এখন শান্তিৰ পৃথিৱীৰ বাসিন্দা হোৱাৰ মন
মোক ৰাতিটোৰ বাবে ওভোতাই দিয়া মোৰ ল'ৰালি, আইৰ কোলাত আকৌ এবেলি শুম: লাই হালে জাল আবেলি বতাহে ...
মোৰ সোঁৱৰণী গুমৰি উঠে নিৰন্ন-সময়ৰ সুগন্ধ তেজৰ প্ৰৱাহে-প্ৰৱাহে৷
#হীৰুদাৰ—কবিতা #ৰচনাকাল ১৯৭২
No comments:
Post a Comment