গান্ধীজীৰ দেশত আজি নাৰী-পুৰুষ, কৃষক-বনুৱা কোনো সুৰক্ষিত নহয়..
সমাজত থকা জাত-পাতৰ ভেদ নোহোৱা কৰাৰ লক্ষ্যৰে হৰিজনসকলৰ বাবে সৰ্বোচ্চ উজাৰি দিয়া গান্ধীৰ দেশত আজি #হৰিজনক চিনি পোৱাতো নতুন প্ৰজন্মৰ বাবে সুদূৰপৰাহত.. কাৰণ #মন_মগজুত #দলিতক #শোষণ #ধৰ্ষণ কৰাৰ #আদিপাঠ যে নতুনসকলে নিজৰ সমাজখনৰ পৰাই নিতৌ আহৰণ কৰে..
#বিজ্ঞান_মনস্কতাৰ সলনি সমাজৰ বেপাৰীবোৰে যুগে যুগে #ধৰ্মৰ #আফিং_খোৱাই থকা আৰু ৰাইজে তাকে গোটে গোটে গিলাৰ পদ্ধতিটো এদিন আমাৰ সমাজৰ পৰা সমুলঞ্চে নোহোৱা হোৱাৰ ক্ষীণ আশা এটা কৰাত আপত্তি নাইতো আপোনাৰ!!
(২ অক্টোবৰ ২০২০/হাউলী)

No comments:
Post a Comment