Thursday, 14 November 2013

কবিতা



নিশাৰ মলয়াজাক যেন
অলপ স্থবিৰ হৈ পৰিছে

সজীৱ হৈ উঠিছে
অঘৰী ধূলিৰ গোন্ধটো,

তখাপি আমি জাগি আছো
প্ৰাপ্তিৰ সজীৱতাৰে

বিষাদৰ সাগৰত অৱগাহন কৰি
আমি সুখৰ চকুলো টুকিছো....


১২.০২.২০১৩

No comments:

Post a Comment