সকলোতে মাথো গতিশীলতা... গতিৰ বিচিত্ৰতাতো স্থবিৰ হৈ পৰে জীৱনৰ মাদকতা... এক যেন শূণ্যতাই আৱৰি ধৰিছে চৌপাশৰ পাৰিপাৰ্শ্বিকতাক... মেঘে ওন্দোলাই অনা আকাশৰ বৃষ্টিধাৰাই ধৰালৈ অনা দুৰ্দশাৰ খবৰ জানো ৰাখে মেঘৰ অন্তৰে... বৰষুণৰ প্ৰকোপত ক্ৰমে ওফন্দি উঠা নদীৰ জলধাৰাই যে খুলি দিয়ে অন্য এখন পৃথিৱীৰ দুৱাৰ..
মানৱ সভ্যতাৰ নগ্নতাৰ পৰা বস্ত্ৰ পৰিধানলৈ যি গতি সেয়া যেন আজি আকৌ ওভটনি সোঁতত বোৱা আৰম্ভ হৈছে... যাতায়তৰ দূৰ্গমতাৰ পৰা সুচল অবিৰত গতিলৈকে আগবঢ়া পৰিৱৰ্তনৰ জখলাডালত যেন মানৱ সভ্যতাই এইবাৰ তললৈ নামিবলৈ আৰম্ভ কৰিছে পুনৰাই... কত দেশ, কত মানুহৰ কিমান যে বিচিত্ৰ ভাৱনাৰ সমাহাৰ..
২ আক্টোবৰ ২০১৫

No comments:
Post a Comment